sdblogs2011

sdblogs2011

চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ)

‘জেংৰাই-১৯৬৩’ : এটি পঠন অভিজ্ঞতা চন্দ্ৰ শইকীয়া (corrected) সাহিত্য অকাডেমিৰ বঁটাপ্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে কবি,গীতিকাৰ,ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাইৰ কবি’ হিচাপে প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই আহি…

চলাপথাৰ যাম, খাইলং খাম

 লুইতজ্যোতি ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই বনজ প্ৰাণী তথা উদ্ভিদ সম্পদৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷ পৰৱৰ্তীকালত একাধিক সংশোধনৰ সহায়ত এই আইনখনক অধিক শক্তিশালী কৰাৰ প্ৰয়াস বহুকেইখন চৰকাৰে কৰিছে৷ এই আইনৰ আধাৰতেই ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু চিৰিয়াখানাসমূহ পৰিচালিত হয়৷ যিকোনো এটা…

চাকৰি নে স্বনিয়োজন?

 ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহু সংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়৷ ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে৷ আমি সকলোৱে বুজা উচিত যে কেৱল চাকৰিৰ দ্বাৰা…

চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম

ৰণজিত গগৈ কিবা থৈ যাব পাৰিম নে নোৱাৰিম একোতো নাজানো চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম। যেনেকৈ উকি এটা এৰি থৈ গুচি যায় ৰেল গাড়ীখন নদীৰ ঘাট এৰি পকনীয়াত পাকঘূৰণি খাই খাই পানী   এই চহৰে মোৰ কথা আৰু ক’ব…

চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায়…

চূণ পৰক

দিগন্ত শইকীয়া   তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল শিলতে জুই   তলে সোঁত ওপৰে সাঁকো দীঘে উপত্যকা   গছে পিন্ধিলে পাত আকাশে ৰ’দ   ভিতৰে তথাপি কুঁৱলী   হায়েনাৰ কে’নাইন। লালকাল নে উজাগৰ জিন! কি এই পিয়াহ!   কিয়…

চৰাইজনী উৰি যোৱাৰ পাছত

 নিংকু নিশা নেওগ   শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷ কিন্তু কজলা৷ মই পল্টন বজাৰ বাছষ্টেণ্ডত অকলে ৰৈ আছোঁ৷ মোৰ ওচৰে-পাজৰে বিভিন্ন ঠাইলৈ যাবলৈ…

ছদ্মমুখ

অনুলেখা বৰদলৈ পৃথিৱীৰ ধূমায়িত গৰ্ভতদোমোজাগ্ৰস্ত কোৱাভাতুৰীয়া মুখমুখতঅহৈতুকী হাঁহিৰ আস্ফালন মুখৰ ওপৰত অনেক মুখৰ এঙেৰুৱা প্ৰলেপ মন কৰিলেই যিসলাব পাৰে মুখৰ আভাস নিদ্ৰা আৰু জাগৰণৰ তফাৎ নোহোৱাএইখন কি ঠাইআন্ধাৰৰ মৰ-ৰাওচি কিনো দেখোঁ কিনো শুনোহেৰোৱা মাত একাঁজলি জীৱনৰ মৈদাত কচি কচিকালৰ আমঠুহুমুনিয়াহৰ ডেউকা নাচে প্ৰতিবেশীৰ নখৰ আঁচোৰশেলুৱৈ সময়ৰমৃত্যুসিক্ত…

ছন্দৰীতি

মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান, কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ। ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই হৃদয়ে যিখিনি পাৰে…

ছপা ৰূপত অন্যযুগ পাবলৈ‍…

ছপা ৰূপত অন্যযুগ পাবলৈ‍… location_on অন্যযুগ’ ছপা ৰূপত পাব খোজে নেকি?পাব খোজোঁঅন্‌লাইন ৰূপতে ভাল পাইছোঁ person location_on location_on জিলাওদালগুৰিকাছাৰকামৰূপকামৰূপ মহানগৰকাৰ্বি আংলংকোকৰাঝাৰকৰিমগঞ্জগোলাঘাটগোৱালপাৰাচিৰাংচৰাইদেউডিব্ৰুগড়ডিমা হাছাওতিনিচুকীয়াদক্ষিণ শালমৰা-মানকাচাৰদৰংধুবুৰীধেমাজিনগাঁওনলবাৰীপশ্চিম কাৰ্বি আংলংবঙাইগাঁওবাক্সাবিশ্বনাথবৰপেটামাজুলীমৰিগাঁওযোৰহাটলখিমপুৰশিৱসাগৰশোণিতপুৰহাইলাকান্দিহোজাই mark_email_read phone_android fiber_pin local_post_office history_edu