কোনেনো বুজায় ৰংমিলিক
অন্বেষী বৰা ৰংমিলি এদিন আহিবি, কেঁচা আলিত সাৱধানে খোজ দিবি। আলি ভাগিব, দুৱৰি মৰিব; পাৰ ভঙা পানীৰ সঁজাত নাই আঁকৰী, দুমুঠন বুকুত কিদৰে সামৰিবি? দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত। ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…
অন্বেষী বৰা ৰংমিলি এদিন আহিবি, কেঁচা আলিত সাৱধানে খোজ দিবি। আলি ভাগিব, দুৱৰি মৰিব; পাৰ ভঙা পানীৰ সঁজাত নাই আঁকৰী, দুমুঠন বুকুত কিদৰে সামৰিবি? দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত। ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…
দিগন্ত শইকীয়া টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি ময়েই প্রথম নে? শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…
মদাৰজ্যোতি কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে জাল, পল, জাকৈৰ লগতে দৰিকণা ধৰা চালনী এখনৰে ময়ো…
ভাস্কৰ জে নাথ নাকটো আঁতৰাই থলোঁ হাত দুখনো চকু দুটা খোলা ৰাখিলোঁ এয়া কি দেখি আছোঁ বিভৎস বিশৃংখল তোমাৰ চকুত জোনাক গলা ৰাতি এৰা! এতিয়া প্ৰেমৰ কবিতা থাওক হাত দুখন আঁতৰাই ৰখাৰ দৰে নাকটোৰ দৰে মই মোৰ…
ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷ কিছুমান খাকী পোচাক৷ খাকীৰ তলত বাঢ়ে দাঁত : মূলাহেন… খাকীৰ তলত…
যশোৱন্ত নিপুণ এৰি অহা ঠাইবোৰ আকৌ বিচাৰি ছাঁবোৰো দীঘল হৈ গুচি গৈছে । ইমান খালি হৈ যাম বুলি জনাহ’লে বজাৰলৈ হয়তো কেতিয়াও নগ’লোহেঁতেন । সকলো খৰচ হৈ যোৱাৰ পাছত মোনাখন খেপিয়াই খেপিয়াই চাওঁ, হাতত উঠি আহে এমুঠি শূন্যতা কেইখিলামান জৰাজীৰ্ণ…
অত্ৰেয়ী গোস্বামী সৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা কুকুৰ এটাক দেখুৱাই কৈছিল, “সৌৱা চা ঈশ্বৰ”৷ এদিন পিতায়ে কাৰ্শলা এডালকো ঈশ্বৰ বুলি কৈছিল৷ ডাঙৰ হৈ দেখিলোঁ শালগ্ৰাম, বুজিলো ৰাস্তাৰ শিলগুটিও ঈশ্বৰ৷ বাৰিষা কুমজেলেকুৱাবোৰ দেখিলে মণি-মুকুতা খচিত ৰাজকীয় সজ্জাৰ মানুহৰূপী ঈশ্বৰ শামুক…
ড০ পোনা মহন্ত The Assam Tribune-ৰ বঁটা: আগৰ লেখাত কৈ আহিছোঁ যে মই ক্লাছ নাইন মানৰ পৰাই আচাম ট্ৰিবিউন কাকতখন পঢ়াৰ সুযোগ পাইছিলোঁ৷ এই কথাও উনুকিয়াই আহিছোঁ যে আজিৰ তুলনাত সেই কালত শিক্ষকৰ দৰমহা তাকৰীয়া আছিল যদিও দাদাই মাজে সময়ে…
ড০ পোনা মহন্ত মোৰ ওপজা ঠাইখনৰ আনুষ্ঠানিক নাম সত্ৰ যদিও উজনিৰ সাধাৰণ গাঁও এখনৰ সৈতে ইয়াৰ বিশেষ পাৰ্থক্য নাই৷ বৰপেটা বা মাজুলীৰ অগৃহস্থী সত্ৰসমূহৰ দৰে ইয়াত কোনো হাটী বা ভকত থকাৰ সুকীয়া বাসগৃহৰ ব্যৱস্থা নাই৷ যিহেতু মহন্ত আৰু অমহন্ত সকলোৱেই গৃহস্থী, সেয়ে…
ড° পোনা মহন্ত আমাৰ আগৰ লেখাত সত্ৰীয়া বিহুৰ কথা কওঁতে ব’হাগ বিহুৰ হুঁচৰি আৰু বোকা ভাওনাৰ দৰে পুৰুষসকলে হালধি-পানীৰ খেলা কৰাৰ কথা উল্লেখ কৰিছিলোঁ৷ এই কথাও কোৱা হৈছিল যে সামাজিক, লৌকিক বা ধৰ্মীয় যি অনুষ্ঠানেই নহওক, সত্ৰৰ সীমাৰ ভিতৰত এই আটাইবিলাক…